Archive for May 2019
:::. তাঈ সম্বন্ধসূচক শব্দ ..:::
তু-খম্-তাং হুং( সম্বন্ধ(হুং))
★আজো ককা:- পুলিন্ পুমন
★আইতা, বুঢ়ী:- য়া-থাও
★ককা:- পু-থাও
★পিতৃ:- প’মান, প’
★মাতৃ:- মে-মান্, মে, আ-মে’
★দদায়েক:- আও-চাও, আ-চাও, আও
★খুৰী:- খুঞ্ চাও
★বাপেকৰ ককায়েক:- নি-চাও, লুং চাও
★বাপেকৰ বৌ:- পা-চাও
★বাপেকৰ বায়েক:- পা-চাও, আ-পা
★পেহী:- পু-আই, লিউ,লু-নাই, পা-মউ
★পেহা:- প-খুঞ্
★বৰজনা:- লুং-চাও,জাম'
★জাশাহু:- মৌ-পু
★মাকৰ ককায়েক:- নি-চা
★মাকৰ বায়েক:- আ-পা
★মাহী:- খেক্-নাংমি, পা-মেউ, পু-আই
★মহা:- খেক্-চাও, না-খুঞ্
দো-মতি:- খেক্ পি-কান্
★মাকৰ দেউতাক:- পু-নাই
★মাকৰ মাক:- য়া-নাই
★বিয়ৈ:- দং চাও
★বিয়নী:- দংমে
★মোমাই:- না-চাও
★মাইদেউ:- পি-লু
★ননদ:- ফু-ঞিং মি
★গিৰিয়েক:- ফু-লে
★ঘৈণীয়েক:- মী-লে
★দৰা:- ফু-মা
★কইনা:- ফু-মী
★পুতেক:- লুক্-চাই, ফু-চাই
★বোৱাৰী:- প্লাও, নাংপাত্
★জী:- ফু-ঞেং
★বৰজী:- জী
★জোঁৱাই:- খ্ৰু-ঞ্
★ককাই-ভাই,
★ বাই-ভনী:- পি-নং
★ককাই:- পি-কাই, আ চাই
★বৌ:- পা-লু-বাউ, পা-পি-বাউ, পি-ঞিং
★ভনী:- পা-নং-বাউ, নং-ছাউ
★ভনী(গাভৰু):- নং-ছাউ
★ভনী(সৰু):- নং-ঞেং
★ভিনিদেউ:- পি-চাও
★খুলখালী:- লুং-তা
★ভতিজা:- লান-চাই-প’
★ভতিজী:- লান-ছাউ-প’
★ভাহিন:- খেক্-লুক্-মান্, লান-চাই-মে
★ধুনীয়া মানুহ:- কুন-ঙাম্
★মতা-মানুহ:- কুন-চাই
★ভাগিনী:- লান-ছাউ-মে
★নাতি:-লান,লাং,লাই-চাই
★শহুৰ:- প-চাও
★শাহু:- মে-চাও
★বন্ধু:- ক’
★বান্ধৱী:- মে-ক
’★জীৱন লগৰী:- ক-মিং
★বংশ:- নূ
★জাত(race):- ফান্
★মই:- কাও
★তুমি:- মাউ
★তোমালোক:- ছু
★সি:- মান্
★তেওঁলোক:- খাউ
★সকলো:- তাং-লাই, তাং-লুং, উক্-চা, মি-তাং
★ওচৰ-চুবুৰীয়া:-কুন-কি-লাং, কুন-ৰিম
★ৰাইজ:- প-তাং-লাই
★তোলনীয়া:- কিপ্
★মাইকী মানুহ:- কুন্-মী
★অবিবাহিত:- কুন্-লাং
★চফল ডেকা:- কুন্-নুম্
★ল’ৰা:- ফু-চাই
ৰাও জেন পিন আও দাই নী
জিন ছী ৰাঙ ৰঞ ৰাও মাই ঞম
ঙাও ছেঙ বঙ খাম ফী-মা কান মা কান
ঙাও ছেঙ বঙ খাম - চুম ছেঙ ফী খাম
ফ্ৰা লুঙ ছেঙ খাম চাও মান চাও মান
ঙাও ছেঙ বঙ খাম ফী-মা কান মা কান।
খান ফ' ফা নাঙ হান তাও আঙ কা ৰম দাই লে
ফান টাই লুক কুন চাও নু ৰূ চাও কাও ঐ
চিন জিন চুম কান পী কাই পী নঙ কুন মৌঙ নাম
ৰিক ছিঙ বয় ফ্ৰা খাম খাম
ঙাও ছেঙ বঙ খাম ফী -মা কান মা কান
পে অঙ লে
পে অঙ লে
পে অঙ লে